June 21, 2008 - ২ x সাতবৰণীয়া ৰামধেনà§...
কেইদিনমানৰ পৰা à¦à¦¾à§±à¦¿ আছিলো বোলে দà§à¦‡ à¦à¦¶à¦¾à§°à§€ লিখিব লাগিছিল... পিছে ময়ো সেই পি.পà§.সি.শà§. হৈ গৈছো যেন লাগিছে... যোৱা à§§à§§-০৬-২০০৮ ইং তাৰিখ বà§à¦§à¦¬à¦¾à§°à§‡ à¦à¦•েলগে দà§à¦–ন ৰামধেনৠদেখি লিখিবলৈ দà§à§°à¦¨à§à¦¤ হেà¦à¦ªà¦¾à¦¹ à¦à¦Ÿà¦¾ জাগি উঠিলে... কিনà§à¦¤à§ কি হ'à§± হেলাতে লিখাই হোৱা নাছিলে...
জীৱনত পà§à§°à¦¥à¦®à¦¬à¦¾à§°à§° বাবে দà§à¦–ন ৰামধেনৠà¦à¦•েলগে à¦à¦•েঠাইতে দেখিবলৈ পাই লগৰ বনà§à¦§à§ à¦à¦œà¦¨à¦• টেলিফোন কৰি ফটো তà§à¦²à¦¿à¦¬à¦²à§ˆ অনà§à§°à§‹à¦§ কৰিলে... তেখেতৰ আকৌ চà§à§°à¦¿ বজাৰৰ পৰা কিনা হাই-ফাই কেমেৰা à¦à¦Ÿà¦¾ আছিলে ... পিছে কি হ'à§± আমি দà§à§Ÿà§‹à¦Ÿà¦¾à¦‡ à¦à¦•েখন নাৱৰে যাতà§à§°à§€... কেমেৰাৰ বেটাৰীৰ চাৰà§à¦œ নাই হেনো... ওলাই আহি পাৰেমানে কà§à¦²à¦¿à¦•ৠকà§à¦²à¦¿à¦•ৠকৰিলে পিছে à¦à¦Ÿà¦¾à¦“ ফটো নাহিলে... à¦à¦‡ অà¦à¦¾à¦—াৰ আও-পà§à§°à¦£à¦¿ MOBILE টোৰে দà§à¦‡ à¦à¦–ন তà§à¦²à¦¿à¦²à§‹ যদিও অসà§à¦ªà¦·à§à¦Ÿ | তলত à¦à¦Ÿà¦¾ বৃথা পà§à§°à§Ÿà¦¾à¦¸ কৰাৰ নমà§à¦¨à¦¾ দিয়া হৈছে, à¦à¦ªà¦¾à¦• চকৠফà§à§°à¦¾à¦‡ ল'à§±|

ৰামধেনà§à§° সাতোটা ৰঙৰ দৰে আমাৰ উতà§à¦¤à§°-পূৱৰ সাতোখন ৰাজà§à¦¯à¦“ বাৰে-ৰহনীয়া নহয় নে ? পিছে দà§à¦–à§° বিষয় হৈছে আমাৰ à¦à¦‡ সাত à¦à¦¾à¦‡-à¦à¦¨à§€ ৰামধেনà§à§° দৰে à¦à¦•েলগ হৈ থাকিব নোৱাৰে!!! তাৰ বাবে কোন জগৰীয়া... à¦à¦‡à¦–িনিতে যোৱা বছৰৰ à¦à¦Ÿà¦¾ ঘটনালৈ মনত পৰিছে... ল'ৰাজন সমà§à¦à§±à¦¤ শিৱসাগৰৰ!!! কিবা à¦à¦Ÿà¦¾ ধেমেলীয়া ORKUT (most wanted? ) সূতà§à§°à¦¤ (thread) à¦à¦¶à¦¾à§°à§€ কিবা লিখিছিলো ... বেচেৰাই কিবা জাঙà§à§° খাই উঠি ওà¦à¦¤à¦¿ ধৰিলে নহয় ... আৰৠওলোটাই ধেকেৰী বà§à¦²à¦¿ কিবা কিবি বলকি গালি বৰষিলে..কথাটোনো কি তলকিবই নোৱাৰিলো | আগতে মই à¦à¦‡ ধেকেৰী শবà§à¦¦à¦Ÿà§‹ বà§à¦¯à§±à¦¹à¦¾à§° হোৱা পোৱাও নাছিলো ... পিছত আমাৰ মà§à¦–া-পিনà§à¦§à¦¾ গৰাকীজনে ক'লে বোলে সেইটো নামনিৰ মানà§à¦¹à¦¬à§‹à§°à¦• কয়... আৰৠসেই ল'ৰাজনে হেনো অসমৰ ক'তো à¦à¦¾à¦² মহাবিদà§à¦¯à¦¾à¦²à§Ÿà¦¤ নামà¦à§°à§à¦¤à¦¿ কৰিব নোৱাৰি বাঙà§à¦—ালোৰৰ কিবা বেচৰকাৰী অলিয়ে-গলিয়ে থকা মহাবিদà§à¦¯à¦¾à¦²à§Ÿ à¦à¦–নত কিবা পà§à¦¿ আছে | অতবোৰ কথা শà§à¦¨à¦¾à§° পাছত মই সেই বিলাতফেৰৎ (???) বনà§à¦§à§à¦œà¦¨à¦• সেৱা à¦à¦Ÿà¦¾ জনাই কলো - বোলো পà§à§°à¦à§ সেৱাহে !!! অসমখনটো সাত টà§à¦•à§à§°à¦¾ হ'লেই... à¦à¦¤à¦¿à§Ÿà¦¾ আকৌ বড়োà¦à§‚মি বেলেগকৈ বনালে... আপোনাৰ দৰে আৰৠকেইজনমান অসমীয়া (পাৱত গজা???) থাকিলে, à¦à¦‡à¦–ন অসম আৰৠকিমানটা à¦à¦¾à¦— হয়গৈ ঠিকনা নাই... মানে ৰামধেনà§à¦–নত সাতটা ৰঙ à¦à¦•েলগে দেখা পোৱাও দà§à§°à§‚হ হৈ পৰিব |
|
|
Comments (0) :: Permanent Link
|
February 6, 2008 - অসমীয়া à¦à¦¾à¦·à¦¾ আৰৠআমি...
২০০৫ ইং চনৰ নৱেমà§à¦¬à§° মাহৰ à§« তাৰিখ, দিলà§à¦²à§€à¦²à§ˆ গৈছিলো ... পà§à§°à¦œà§‡à¦•à§à¦Ÿ à¦à¦Ÿà¦¾ কৰিবলৈ | গৈ পাওà¦à¦¤à§‡ পাওà¦à¦¤à§‡ নিশা ৯.৩০ বাজিছিলে... পাব লাগিছিল গধà§à¦²à¦¿ ৬.০০ বজাত | থিকেই আছিলে - আমাৰ ইয়াতেটো আই. à¦à¦›. টি. মতেহে চলে | আই. à¦à¦›. টি. মানে ধৰিব পাৰিছেনে... ইণà§à¦¡à¦¿à§Ÿà¦¾à¦¨ ষà§à¦Ÿà§‡à¦£à§à¦¡à¦¾à§°à§à¦¡ টাইম আকৌ | গনà§à¦¤à¦¬à§à¦¯à¦¸à§à¦¥à¦¾à¦¨ বà§à¦²à¦¿ অট' à¦à¦–ন à¦à¦¾à§œà¦¾ কৰিলো ... সি সেই ২ৠটকাৰ দূৰতà§à¦¬ পà§à§°à¦¾à§Ÿ ডেৰ ঘণà§à¦Ÿà¦¾ ধৰি ঘূৰালে... আৰৠপিছত ২০০ মান টকা লৈ উধাও হ'ল |
অ' ক'বলৈ পাহৰিছিলোৱে - খà§à¦¬à¦¸à¦®à§à¦à§± তাৰ দà§à¦¦à¦¿à¦¨ আগতে নতà§à¦¨ দিলà§à¦²à§€à¦¤ à§© টা লানি নিছিগা বোমা ফà§à¦Ÿà¦¿à¦›à¦¿à¦² ... দীপাৱলীৰ সময়ত | যাহওà¦à¦• পিছদিনা বনà§à¦§ থকাত পূৱা কিবা অকন খাই (খাদà§à¦¯ অৱশà§à¦¯à§‡ মেটমৰা আছিল) ৰদত আডà§à¦¡à¦¾ মাৰি আছিলো... à¦à¦¨à§‡à¦¤à§‡ à¦à¦œà¦¨ বিহাৰৰ গৱেষক বনà§à¦§à§ আহি অলপ কথা-বতৰা পতাত লাগিলে | মাজতে à¦à¦¬à¦¾à§° শà§à¦§à¦¿à¦²à§‡ - " অ' à¦à¦¾à¦‡ কাহা ছে???" মই উতà§à¦¤à§°à¦¤ কলো বোলে অসমৰ পৰা | ল'গে ল'গে তেওঠমà§à¦–খন কোচাই দি ক'লে নহয় - "আৰে উহা পে ত' কà¦à¦¿ à¦à¦¿ বমà§à¦¬ বà§à¦²à¦¾à¦·à§à¦Ÿ হোতা হে !!! কà§à¦¯à¦¾ জগহ হে ??? " ক'ৱলৈ হে পালে মোৰ মূৰত ধৰিলে গৈ নহয় | ওলোটাই শà§à¦§à¦¿ দিলো - " আপ কা ঘৰ কাহা হে??? " তেখেতে ক'লে বোলে - "বিহাৰ সে"| মোৰ মূখৰ পৰা ওলাই আহিলে - "আপ ত' মহান হে !!!" লগতে ক'লো বোলে দà§à¦¦à¦¿à¦¨ আগতে দিলà§à¦²à§€à¦¤ যে ফà§à¦Ÿà¦¿à¦›à¦¿à¦²à§‡ সেই à§© টা কি ফটকা আছিলে নেকি ??? সকলোৱে অসমৰ বিৰà§à¦¦à§à¦§à§‡ গাই ফà§à§°à¦¿à¦¬à¦²à§ˆ বহলকৈ মà§à¦– খন মেলি থাকে ... কিনà§à¦¤à§ à¦à¦‡à¦Ÿà§‹à¦“ ক'à§± লাগিব যে - তেওà¦à§° লগৰে à¦à¦œà¦¨à§‡ মাত মাতিছিলে... পিছত হে চিনাকি হলত গম পোৱা গ'ল আনজনা গৱেষক বনà§à¦§à§à§Ÿà§‡ ইয়াৰে পৰা M. Tech. কৰি যোৱা | ...
ইয়াকে ক'য় বোলে-
ইয়াতে মাৰিলো টিপা গড়গাওঠপালেগৈ শিপা...
|
|
Comments (0) :: Permanent Link
|
January 21, 2008 - à¦à¦¾à§°à¦¤à§° পূৰà§à¦¬à§à¦¬à¦¦à¦¿à¦¶à¦¤ থকা মোহনীয়া ধৰা...
আপà§à¦¨à¦¿ কেতিয়াবা ইয়ালৈ আহিছেনে বাৰৠ!!! বহà§à¦¤à§‡à¦“ চাগে নামো শà§à¦¨à¦¾ নাই... আচৰিত নহয়নে...
|
|
Comments (1) :: Permanent Link
|
|
About Me
পুৰণি দিনৰ মধুভৰা স্মৃতিয়ে ...
কৰেচোন আমনি...
চাওঁচোন প্ৰয়াস কৰি...
কিজানিবা পাৰো ৰাখিব সাঁচি |
Friends
� buljit � priyankoo
YOU ARE VISITOR NUMBER
Your IP Address:
Assamese script not visible... No problem put a comment... You will get solution sure...
|